27.9 C
Munich
Wednesday, August 17, 2022

যুৱৰাজ সিঙে ইং ২০১১ চনত বিশ্বকাপত উপহাৰ হিচাপে পোৱা ‘মেন অৱ দ্য ছিৰিজ’ৰ অ’ডি গাড়ী খন এজন অসমীয়াক উপহাৰ হিচাপে দিলে…..

Must read

যুৱৰাজ সিঙে ইং ২০১১ চনত বিশ্বকাপত উপহাৰ হিচাপে পোৱা ‘মেন অৱ দ্য ছিৰিজ’ৰ অ’ডি গাড়ী খন এজন অসমীয়াক উপহাৰ হিচাপে দিলে…..
ইং ২০১১ চনত আই চি চি ক্ৰিকেট বিশ্বকাপ (ICC Cricket World Cup 2011)। বিশ্বকাপ ক্ৰিকেটত বেটে-বলে ধামাকা দেখোৱা ভাৰতীয় বিখ্যাত তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং (Yuvraj SIngh)। টীম ভাৰতীয় ক্ৰিকেট সেই সময়ত ১৯৮৩ চনৰ ২৮ বছৰ পিছত দ্বিতীয় বাৰলৈ বিশ্বকাপ ফাইনেলত জয়ী হৈ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।  যুৱৰাজ সিঙে অলৰাউণ্ডাৰ প্ৰতিযোগিতাত মুঠ ৩৬২ ৰান আৰু ১৫টা উইকেট লৈছিল। চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে যুৱৰাজ সিঙে লাভ কৰিছিল ‘মেন অৱ দ্য ছিৰিজ’ৰ অ’ডি বাহন।
সেই সময়তে যুৱৰাজে দেশবাসীৰ পৰাও লাভ কৰিছিল বিপুল সহাৰি। অলৰাউণ্ডাৰ যুৱৰাজ সিঙে মেন অৱ দ্য ছিৰিজত পাইছিল এখন অ’ডি বাহন (Audi Car)। MH02BR5354 নম্বৰৰ এই গাড়ীখনেই পাইছিল ক্ৰিকেট অনুৰাগীৰ অন্যতম জনপ্ৰিয় তাৰকা যুৱৰাজ সিঙে৷ পিছে এই গাড়ীখন এতিয়া এজন অসমীয়াৰ হাতত, নাম নিশান্ত বৰদলৈ৷
অসমৰহৈ ৩৫খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক যুৱৰাজ সিঙে এই অ’ডি বাহনখন উপহাৰ দিছে৷ নিশান্ত বৰদলৈৰ অকল যে যুৱৰাজ সিঙৰ সৈতেই ঘনিষ্ঠতা আছে তেনে নহয়, ভাৰতীয় ক্ৰিকেট তাৰকা সকলৰ লগত  গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, চেতেশ্বৰ পুজাৰা, ঋষভ পণ্ট আদিৰ সৈতেও আছে সম্পৰ্কত ঘনিষ্ঠতা আছিল নিশান্তৰ ব্যৱহাৰে সকলো ক্ৰিকেটাৰ হৃদয়ত স্থান পাইছিল৷
English translation :-
Yuvraj Singh gave away the Audi car of ‘Man of the Series’, which he got as a gift at the 2011 World Cup, as an Assamese gift …..
 The 2011 ICC Cricket World Cup 2011. Yuvraj Singh (Yuvraj Singh) The Indian cricket team won the World Cup final for the second time after 26 years in 1973 and brought pride to India. Yuvraj Singh took a total of 362 runs and 15 wickets in the all-rounder’s contest. Yuvraj Singh got the Audi vehicle of ‘Man of the Series’ for his dazzling performance.
 At that time Yuvaraja also got huge support from the countrymen. All-rounder Yuvraj Singh got an Audi car in the Man of the Series. The car number MH02BR5354 was received by Yuvraj Singh, one of the most popular cricket fans. This car is now in the hands of an Assamese, named Nishant Bard.
 This Audi vehicle has been donated by Yuvraj Singh to Nishant Bard, who has played 35 Ranji matches in Assam. Not only did Nishant Barda have a close relationship with Yuvraj Singh, but he also had close ties with Indian cricket stars like Gautam Gambhir, Mahendra Singh Dhoni, Cheteshwar Pujara, Rishabh Punt and others.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article