-1.9 C
Munich
Sunday, November 27, 2022

মেট্ৰিক পৰীক্ষাৰ সময়সুচী ঘোষণা

Must read

১৫ মাৰ্চৰ পৰা হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ      

                   সময়সূচী ঘোষণা।


এইফালে দিনক দিনে কৰোণা মহামাৰী প্ৰভাৱ বাঢ়ি গৈ আছে শিক্ষা বিভাগৰ তৰফৰ অহা ১৫ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ’ব। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া। ৩ জানুৱাৰীৰ পৰা প্রতিখন জিলাত আৰম্ভ হ’ব ভেকচিনেচন প্রক্রিয়া। অসম চৰকাৰৰ তৰফৰ পৰা প্রতিখন জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয় ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য। এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন। মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article