-2.4 C
Munich
Friday, December 9, 2022

মহানায়ক অমিতাভ বচ্চনৰ KBCত চ’ অসমৰ জীয়ৰী ৰাজনন্দিনীক ৫০ লাখ বিজয়ী হল

Must read

মহানায়ক অমিতাভ বচ্চনৰ KBCত চ’ অসমৰ      জীয়ৰী ৰাজনন্দিনীক ৫০ লাখ বিজয়ী হল


a live news : ১৪ বছৰীয়া অসমৰ কন্যা ৰাজনন্দিনী কলিতাই বলিউডৰ জনপ্ৰিয় অভিনেতা মহানায়ক অমিতাভ বচ্চনৰ KBCত চ’ অংশ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। ৰাজনন্দিনী কলিতাই ১৩ তা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈ ৫০ লাখ টকা লাভ কৰে KBCত চ’ৰ পৰা। কিন্তু মহানায়ক অমিতাভ বচ্চনে সোধা ১ কোটি টকীয়া প্ৰশ্নৰ উত্তৰ দিবলৈ নোৱাৰিলে ৰাজনন্দিনী কলিতাই ? মহানায়ক অমিতাভ বচ্চনে কি প্ৰশ্ন সুধিছিল ৰাজনন্দিনী কলিতাক? KBC ৰ  প্ৰশ্ন আছিল  ১২ বছৰ ৪ মাহ ২৫ দিন বয়সত সৰ্বকনিষ্ঠ দবা গ্ৰেণ্ড  মাষ্টাৰ কোন আছিল। উক্ত প্ৰশ্নটোৰ উত্তৰ যদি কোনোবাই জানে কমেন্ট কৰি জনাব।
Rajanandini, the winner of ‘Assam’ on Amitabh Bachchan’s KBC, answered 13 questions and won 5 million.

Rajanandini Kalita, a 14-year-old girl from Assam, was able to take part in popular Bollywood actor Amitabh Bachchan’s KBC. Rajanandini Kalitai was able to give correct answers to 13 questions, earning Rs. But what if Rajanandini Kalitai failed to answer the question posed by superhero Amitabh Bachchan? Did Rajanandini Kalitak ask Amitabh Bachchan a question? KBC’s question was who was the youngest press grandma at the age of 12 years 4 months 25 days. If anyone knows the answer to that question, please comment.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article