1.4 C
Munich
Monday, December 5, 2022

ভাৰতীয় ক্ৰিকেটৰ সফল অধীনয়ক মহেন্দ্ৰ সিং ধোনীয়ে দিলে অসমৰ ঘৰৰ পেইন্টাৰ এজনৰ কপালত ফুলাই।

Must read

ভাৰতীয় ক্ৰিকেটৰ সফল অধীনয়ক মহেন্দ্ৰ সিং ধোনীয়ে দিলে অসমৰ ঘৰৰ পেইন্টাৰ এজনৰ 

                  কপালত ফুলাই।
 
 
আনৰ ঘৰত ৰং কৰিবলৈ গগৈ কপাল ফুলিল অসমৰ নাজিৰা গাৱৰ জীতেন লহকৰৰ। কৰ্মই ধৰ্ম বুলি এটা কথা আছে। আন্তৰিকতাৰে কাম কৰিলে সফলতা নিজে আগবাঢ়ি আহে বুলি বহুত সফলতা মহান জ্ঞানী ব্যক্তিয়ে কয়৷ কথাটো আজি প্ৰমাণ কৰি দিলে জীতন লহৰকে। লহৰক হ’ল আনৰ ঘৰে ঘৰে ঘৰৰ ৰং কৰি ফুৰা দিন হাজিৰা কৰা এজন ব্যক্তি। কেইদিন মান আগতে ইণ্ডিগ’ নামৰ ৰঙৰ কোম্পানীৰ পৰা ইণ্ডিগ’ কোম্পানীৰ ৰং ব্যৱহাৰ কৰি ঘৰ ৰং কৰি থকা কেইখনমান ফটো পঠিয়াবলৈ অনুৰোধ কৰিলে জীতেন লহকৰক জীতেনে অনুৰোধ ৰক্ষা কৰি ৰং কৰি থকা ঘৰৰ ফটো উক্ত কোম্পানীটোৰ মেইল যোগে পঠাই দিয়ে। দুদিন মানৰ পিছত জীতেনে
ইণ্ডিগ’ কোম্পানীৰ পৰা লাভ কৰিলে টিভিএছ কোম্পানীৰ এখন মটৰ বাইক৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা মুঠ ২০ (বিশ) জন পেইণ্টাৰক নিৰ্বাচিত উক্ত অনুষ্ঠানত এই অনুষ্ঠানটোত ৰাইজহুভাৱে একোখনকৈ মটৰ চাইকেল উপহাৰ হিচাপে প্ৰদান কৰিছে মুম্বাইত। ইণ্ডিগ’ কোম্পানীয়ে আয়োজন কৰা এক ৰাজকীয় অনুষ্ঠানত জনপ্ৰিয় ভাৰতীয় সফল অধীনায়ক ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে প্ৰদান কৰিলে মটৰ চাইকেলখন অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ যুৱক জীতেনক উপহাৰ দিয়ে এজন সফল পেইন্টাৰ হিচাপে।
English translation :-
 
Mahendra Singh Dhoni, the successful 
           captain of Indian cricket
Gogai Kapal Fulil Jiten Lahakar of Assam’s Nazira village to paint in another’s house. Karma is a religion. The great sage says that success comes on its own by working sincerely. Jitan Laharke proved his point today. Lahark is a person who paints in other people’s houses and shows up all day long. A few days ago, Jeetan Lahakkar Jiten sent a photo of the painted house to the company by sending an email to the company asking him to send some photos from the coloring company called Indig. Won after two days
 One of the motorbikes of the TVS company was acquired from Indig’s company A total of 20 (twenty) painters from all the states of India have been selected to participate in the event, which has been unofficially presented as a motorbike gift in Mumbai. At a royal function organized by Indig Company, popular Indian successful captain Mahendra Singh Dhoni donated a motorbike as a gift to Jitenak, the only young man from Assam and the North East, as a successful painter.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article