A live news
বিধায়ক শ্বেৰমান আলীয়ে জে’লৰ পৰা ওলাই পুনৰ বিস্ফোৰণ ঘটালে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিলে এই অভিযোগ
A live news :- বিধায়ক শ্বেৰমেন জে’লৰ পৰা ওলাই পুনৰ বিস্ফোৰণ ঘটালে শ্বেৰমান আলীয়ে। পূৰ্বৰ নিজৰ স্থিতিত জেলৰ পৰা ওলাই আহিও নিজৰ স্থিতিত অটল বিধায়কজন। শ্বেয়াৰমেনে স্পষ্ট ভাবে কয় ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজধৰ্ম পালন নকৰাৰ অভিযোগ শ্বেৰমান আলীৰ। শ্বেৰমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্বস্ত কৰিছে এইখন হিমন্ত চৰকাৰে। জে’লৰ অভিজ্ঞতা ও সংবাদ মাধ্যমৰ আগত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেয়াৰমেন গৰাকীয়ে কয়।