14.3 C
Munich
Thursday, August 11, 2022

বাইহাটা চাৰিআলিৰ মঙ্গলদৈ পথত ভাৰতীয় ষ্টেট বেংকে আজি চিল কৰিলে তিনি টলা বিলডিং।

Must read

বাইহাটা চাৰিআলিৰ মঙ্গলদৈ পথত ভাৰতীয় ষ্টেট বেংকে আজি চিল কৰিলে তিনি টলা বিলডিং।
 
 
 
কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ থানাৰ অধীনৰ বাইহাটা চাৰিআলিৰ পুলিচ পইন্টৰ মঙ্গলদৈ পথৰ লাবণ্য কুমাৰ ডেকাই ভাৰতীয় ষ্টেট বেংকৰ পৰা ঋণ লৈছিল। কিন্তু ঋণ পৰিশোধ নকৰাৰ বাবে বেংকৰ নিয়ম অনুযায়ী জাননী প্ৰেৰণ কৰিছিল লাবণ্যৰ ঘৰলৈ। কিন্তু লাবণ্য উক্ত জানণীৰ গুৰুত্ব নিদিয়াৰ বাবে আজি ৩০-১১-২০২১ তাৰিখে ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা কমলপুৰ ৰাজহ চক্ৰ অধীনৰ আগডলা গাৱৰ লাট মণ্ডলৰ উপস্থিতিত উক্ত ব্যক্তি জনৰ ৩ তলা বিলডিং চিল কৰি পেলাই দিয়ে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article