বাইক চলাক সাবধান
অন্যথা ভৰিব লাগিব ১০০০ টকা জৰিমনা
বিহিব লাগিব।
আজিৰ পৰা অসম চৰকাৰৰ নতুন নিয়ম জাৰি হৈছে। বাইকৰ পিছফালৰ বহাজনৰ হেলমেন্ট অতকৈ জৰিৰি নহলে ১০০০ টকাৰ জৰিমণা ভৰিব লাগিব। চৰকাৰী ৰিপ’ৰ্ট মতে বাইক দূৰ্ঘটনাত পিছফালে বহা বাইকত দুৰ্ঘনাত মৃত্যু হাৰ বেছি। সেই কাৰণে অসম চৰকাৰে নতুন নিয়ম জাৰি কৰিছে পিছফালে বা ল’ৰা হক ছোৱালী হক সকলোৱে হেলমেন্ট পিন্ধাটো বাধ্যতামূলক। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মহোদয়ৰ ঘোষণা !
বাইক চলালে দুই আৰোহীৰ থাকিব লাগিব হেলমেট আৰু বাইকৰ গতি ৬০ দৈৰ্ঘ্য কত বেছি স্পিডত কৰি যাব নোৱাৰে। কোনো লোকে যদি এই নিয়ম ভঙ্গ কৰে ভৰিব লাগিব ১০০০ টকাৰ জৰিমণা।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় প্ৰথমে ৰাজ্যত হ্ৰাস কৰিব লাগিব দুৰ্ঘটনা তথা দুৰ্ঘটনাত প্ৰাণনাশৰ ঘটনা ৷ ৰাজ্যত অধিক বাইক আৰোহীয়ে পৰিধান নকৰা লোকৰ সংখ্যা ৷ সংবাদ মাধ্যমৰ লোকসকলক মুখ্যমন্ত্ৰীৰ শৰ্মাৰ আহ্বান ইতিবাচক ভাৱে ভূমিকা লওক আপোনালোকে ৷ জনসাধাৰণক জড়িমণা বিহি কোনো মাছুল সংগ্ৰহ আমাৰ উদ্দেশ্য নহয়। কিন্তু এক মহৎ উদ্দেশ্য হাতত লৈ আৰম্ভ হৈছে এই কাৰ্য্যসূচী বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ উল্লেখ্য যে অহা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত কোনো স্থানত হ’ব নোৱাৰিব দুৰ্ঘটনা ৷ তাৰবাবে প্ৰতিগৰাকী বাইক আৰোহীক হেলমেট পৰিধান কৰা আৰু ৬০ স্পিডক কৰি বেছি জোৰে যাব নোৱাৰে কোনো বাইক আৰহী।