1 C
Munich
Monday, December 5, 2022

বহু দিন আগতে ভূপেন হাজৰিকাই কৈ গৈছিল অসমৰ সংবাদ মাধ্যমৰ কথা

Must read

বহু দিন আগতে ভূপেন হাজৰিকাই কৈ গৈছিল 

         অসমৰ সংবাদ মাধ্যমৰ কথা 

দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ ফাদিল কৰিলে
বে আইনী, অবৈধঃ মুখ্য মন্ত্ৰীৰ পত্নীৰ ভূমি 
                        কেলেংকাৰি।
অসমত বহুত মুখ্যমন্ত্ৰী হ’ল কিন্তু কোনো এজনো মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী চিলিং মাটি এনেদৰে ক্ৰয় কৰা সংবাদ মাধ্যমত প্ৰচাৰ হোৱা দেখা পোৱা নগল। বৰ্তমান প্ৰভাৱশালী মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বে আইনি ভাবে চৰকাৰী চিলিং মাটি অবৈধ ভাবে ক্ৰয় কৰা তথ্য সহকাৰে ৰাইজৰ আগত উদঙাই দিছে দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ চেনেল দুটাই। ৰাইজৰ মাজত বা চচিয়েল মেডিয়াত ধুমুহাৰ দৰে প্ৰচাৰ হোৱা দেখা পৰিলক্ষিত হৈছে অসমৰ বিভিন্ন অসমৰ জনপ্ৰিয় সংবাদ মাধ্যমত আৰু অসমৰ ৰাইজৰ মাজত চিনাকি বাতৰি কাকতত উক্ত নিউজটো চলোৱা দেখা পোৱা যোৱা নাই। উক্ত চৰকাৰি চিলিং ভুমিখিনিৰ যদি কোনোবা বিৰোধী বিধায়কৰ পত্নীৰ হ’ল হয় সকলো সংবাদ মাধ্যমত দিনে নিশাই বজাই থাকিল হয়। বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত হেডলাইন হল হয় বুলি মন্তব্য কৰা দেখা গৈছে চচিয়েল মিডিয়াত। বহু বছৰৰ আগতে ভূপেন হাজৰিকাই অসমৰ সংবাদ মাধ্যমৰ কথা মঙ্গলদৈ সমষ্টিত কৈ গৈছিল।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article