1 C
Munich
Monday, December 5, 2022

পাঞ্জাব বেংকৰ তৰফৰ পৰা বাম্পাৰ অফাৰ

Must read

পাঞ্জাব বেংকৰ পৰা গ্ৰাহকলৈ ৮ লাখ টকাৰ 
       ঋণ ল’বলৈ সুযোগ প্ৰদান কৰিছে
Punjab National Bank: PNBত যদি একাউণ্ট আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। পাঞ্জাব বেংকৰ তৰফৰ পৰা সহজতে পাব পাৰে আঠ (৮) লাখ টকাৰ ঋণ ল’ব পাৰিব।
পঞ্জাব নেচনেল বেংকত (Punjab National Bank) একাউণ্ট থাকিলে আপুনি পাব পাৰে ৮ লাখ টকাৰ বাম্পাৰ অফাৰ। পাঞ্জাব বেংকে গ্ৰাহকৰ বাবে বৃহৎ ডাঙৰ বাম্পাৰ অফাৰ লৈ আহিছে। দেশৰ অন্যতম বৃহৎ বেংকটোৱে। বেংকৰ ফালৰ পৰা গ্ৰাহক সকলক অতি সহজতে ঋণ দিছে ৮ লাখ টকা পৰ্যান্ত। যদি টকাৰ প্ৰয়োজন তেন্তে আপুনি যদি পাঞ্জাব বেংকৰ গ্ৰাহক হয় আপুনি অতি সোনকালে বেংকত গৈ মেনেজাৰক লগ কৰক লগতে অতি সহজে ৮ লাখ টকা ঋণ লক।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article