17.3 C
Munich
Wednesday, August 10, 2022

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে মণ্ডলক

Must read

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ৰাজহ চক্ৰৰ মণ্ডলক উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰিল।

দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আজি ৰাজহ বিভাগত অভিযান চলাই এজন মণ্ডল বিষয়াক গ্ৰেপ্তাৰ কৰে। উৎকোচ গ্ৰহণ কৰি থকা সময়ত।
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা লাট মণ্ডল জন হল হোজাই ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত দেবানন্দ বৰা। উক্ত মণ্ডল জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। টুইটাৰ যোগে এই কথা সদৰি কৰিছে অসম আৰক্ষী বিভাগৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। চচিয়েল মিডিয়াৰ যোগে অৱগত কৰাই। অকল দেবানন্দ বৰা মণ্ডলে এনেকুৱা কৰি ৰাইজৰ পৰা ধন নলাই প্ৰত্যেকটো ৰাজহ বিভাগতে এনেকুৱা কৰি ধন লয়।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article