-2.1 C
Munich
Sunday, November 27, 2022

এম্বুলেন্স ড্ৰাইভাৰৰ সিদ্ধান্ত কলা লৰাৰ মৃত দেহা এম্বুলেন্স নিনিয়ে।

Must read

এম্বুলেন্স ড্ৰাইভাৰৰ সিদ্ধান্ত কলা লৰাৰ মৃত                         দেহা এম্বুলেন্স নিনিয়ে।
ক’লা লৰাৰ মৃত দেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত নিৰজৰ ‌পৰিয়ালে এম্বুলেন্স বিচৰাত এম্বুলেন্সৰ ড্ৰাইভাৰ সকলে উক্ত ব্যক্তি জনৰ মৃত দেহ নিবলৈ অস্বীকাৰ কৰিছে। যোৰহাট কাণ্ডৰ মুল মাষ্টাৰ মাইড ক’লা ল’ৰা ওৰফে নিৰজ দাসে আৰক্ষী গাড়ীৰ পৰা পলায়ন কৰা অৱস্থাত পিছফালৰ পৰা অহা আৰক্ষী বাহনৰ নিয়ন্ত্ৰণ হেৰাই নিৰজ দাসৰ দূৰ্ঘটনা হয় আৰক্ষীয়ে উক্ত ল’ৰা জনক মেডিকেলত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত্যু হয় বুলি আৰক্ষীক জনাই। চিকিৎসকে নিৰজৰ দেহৰ মৰণোত্ত পৰীক্ষা কৰে। পৰীক্ষা কৰাৰ উক্ত ব্যক্তি জনৰ নশ্বৰ দেহ ঘৰৰ মানুহক নিবলৈ অনুমতি দিয়ে চিকিৎসকৰ তৰফৰ। নিৰজ পৰিয়ালে নিৰজৰ দেহটো নিবলৈ এম্বুলেন্সৰ ড্ৰাইভাৰ লগত কথা পাতে যদি ও কলা লৰাৰ নশ্বৰ দেহটো নিবলৈ অমান্য হয় এম্বুলেন্সৰ ড্ৰাইভাৰ সকলে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article