ভলোডিমিৰ জেলেনস্কিক ইউক্ৰেইনৰ বৰ্তমান ৰাষ্ট্ৰপতি যোৱা সপ্তাহত তিনিবাৰ হত্যাৰ কৰা ষৰযন্ত্ৰ হৈ থকা হৈছিল বুলি জানিব পৰা গৈছে। ৰাছিয়া দেশৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচে এই ভাবুকিৰ বিষয়ে আগতীয়াকৈ অবগত কৰি দিয়াৰ পিছত পূব ইউৰোপীয় ৰাষ্ট্ৰৰ কৰ্তৃপক্ষক হত্যাৰ চেষ্টা বিফল হোৱা বুলি জানিব পৰা গৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীক হত্যা কৰাৰ বিষয়টো এনে এক সময়ত আহিছে, যোৱা শুক্ৰবাৰে দুয়োখন দেশৰ মাজত যুদ্ধ দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰে। অৱশ্যে, বৃহস্পতিবাৰে বেলাৰুছত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সময়ত দুয়োখন দেশে অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ বাবে মানৱীয় কৰিডৰ স্থাপন কৰিবলৈ সন্মত হয়।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে নিজৰ দেশখনৰ জনতাৰ সন্মুখত থাকি ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী এই যুদ্ধত নেতৃত্ব দিয়াৰ বাবে সমগ্ৰ বিশ্বতে ‘যুদ্ধকালীন নায়ক’ হিচাপে পৰিচিত হোৱা পৰিলক্ষিত দেখা গৈছে চচিয়েল মিডিয়াত। ৰাষ্ট্ৰপতি জনক জেলেনস্কিক হত্যা কৰিবলৈ দুযোৰ পৃথক খাছ পোছাক তৈয়াৰ কৰা হৈছিল।
