24.4 C
Munich
Thursday, August 11, 2022

ইউক্ৰেইনৰ দেশৰ মহিলাই ৰাছিয়াৰ টেংকৰ ভিতৰত গৈ কৰিলে এক উদ্ভৱ দৃষ্ট কাম কৰিলে।

Must read

ৰাছিয়াৰ দেশৰ সেনা বাহিনীয়ে ইউক্ৰেইন দেশৰ বহুত কেইখন ৰাজ্যক বোমাৰে ধ্বংস কৰি থকা বৰ্তমানলৈ অব্যাহত ৰাখিছে। ৰাছিয়া ‌দেশৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশ ৰাছিয়াৰ সেনা বাহিনী ইউক্ৰেইন দেশৰ ৰাজধানীলৈ ওচৰলৈ গৈছে, আৰু ৰাছিয়াৰ সৈনিক টেংক আৰু অন্যান্য সামৰিক বাহনসমূহে ৪০ কিলোমিটাৰ মাইলৰ কনভয়ত কৰা পৰিলক্ষিত হৈছে। ইফালে, চচিয়েল মিডিয়াৰ মাধ্যমৰে বিভিন্ন ধৰণৰ ভিডিঅ’ দেখা গৈছে।‌ সৰু দেশ ইউক্ৰেইনৰ সকলো নাগৰিকে ইউক্ৰেইনৰ সেনা বাহিনীক যুদ্ধৰ সময়ত নিজৰ প্ৰাণক ভয় নকৰি প্ৰশাসনৰ কাষত থিয় হৈ যিধৰণে পাৰে তেনেকৈ সহায় কৰা দেখা গৈছে। ইউক্ৰেইনৰ এগৰাকী মহিলাই এনে এটা ভিডিঅ’ প্ৰস্তুত কৰি চচিয়েল মিডিয়াত যাক দেখি সকলোৱে আচৰিত হৈ পৰিছে।
এগৰাকী মহিলাই টিকটকত এটা ভিডিঅ’ আপলোড কৰাৰ লগতে দাবী কৰিছে যে, মহিলাগৰাকীয়ে ৰাছিয়াৰ এখন খালী সামৰিক টেংকত প্ৰৱেশ কৰি আৰু তাৰ পিছত ইয়াক চলাবলৈ ধৰিছে। ভিডিঅ’টোত দেখা গৈছে মহিলাগৰাকীয়ে এখন সামৰিক টেংকত প্ৰৱেশ কৰি টেংকখন চলোৱা আৰম্ভ কৰিছে, গিয়াৰ সলনি কৰা আৰু ইয়াক নিজৰ ইউক্ৰেইনৰ ভাষাত কৈ আছে। কেনেকৈ চলাব লাগে কৈ আছে। এইজনি সাহসী ছোৱালী নিজৰ দেশখনৰ বেয়া দিন সময়ত যিধৰণে নিজৰ পৰিয়ালৰ কথা নাভাবি দেশৰ হৈ সকলো মোহ ভংগ কৰি। দেশখনৰ বাবে নিজৰ কথা নাভাবি দেশৰ হৈ সন্মুখত থাকি ৰাছিয়াৰ সৈনিক সকলৰ লগত যুদ্ধ কৰা পৰিলক্ষিত হৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article