17.3 C
Munich
Wednesday, August 10, 2022

ইং ২০২৪ চনটো জয়ী নহয় কংগ্ৰেছ দল! এইবাৰ কংগ্ৰেছ দলৰে জ্যেষ্ঠ নেতাৰ মুখেৰে কৰিলে বিস্ফোৰক মন্তব্য

Must read

  

 
 
ইং ২০২৪ চনটো জয়ী নহয় কংগ্ৰেছ দল! এইবাৰ কংগ্ৰেছ দলৰে জ্যেষ্ঠ নেতাৰ মুখেৰে                 কৰিলে বিস্ফোৰক মন্তব্য

 
ক্ৰমাৎ দেশৰ ৰাজনীতিত নাইকিয়া হ’বলৈ গৈ আছে কংগ্ৰেছ দল। ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ পুৰণি দলটোৰ বৰ্তমান স্থিতিক লৈ দলৰ মাজতে এতিয়া সৃষ্টি বৃহৎ ফাল। দলটোৰ ভৱিষ্যতক লৈ চিন্তাত পৰিছে একাংশ জ্যেষ্ঠ নেতা। ইফালে, মমতা বেনাৰ্জী কংগ্ৰেছক এলাগী কৰি নতুন বিৰোধী গঠনৰ তীব্ৰ কুচকাৱাজো চলাই আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ভৱিষ্যতক লৈ সন্দেহ ব্যক্ত কৰিছে দলৰে এগৰাকী । কংগ্ৰেছৰ পুৰণি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে কংগ্ৰেছ যে এতিয়া একপ্ৰকাৰ ভাৰতীয় ৰাজনৈতিকৰ নাইকিয়া হ’বলৈ গতি কৰিছে কাৰ্যতঃ তাৰেই ইংগিত দিলে।
গোলাম নবীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি থকা অৱস্থাত, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে তিনি শ (৩০০) আসন লাভ কৰি বিজয়ী হোৱাৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট ভাবে মন্তব্য কৰা দেখা যায়। জম্মু-কাশ্মীৰৰ ৩৭০অনুচ্ছেদ সন্দৰ্ভত আলোচনা কৰাৰ সময়ত তেওঁ কয়, জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰই ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদান্ত বাতিল কৰিব পাৰে কেৱল উচ্চতম ন্যায়ালয়েহে। অন্যথা যদিহে কংগ্ৰেছে ২০২৪চনত ৩০০আসন লাভ কৰি শাসনলৈ আহে তেন্তে সেয়া হ’ব পাৰে। কিন্তু তেনে হোৱাৰ সম্ভাৱনা তেওঁ দেখা নাই বুলি ব্যক্ত কৰে। আজাদে লগতে কয় যে, কংগ্ৰেছে ৩০০ আসনত বিজয়ী হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰিব। আজাদৰ এই মন্তব্য বিশেষ তাপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই দলটোৰ ভৱিষ্যতক লৈ এনেদৰে সন্দিহান হৈ পৰাটো নিসন্দেহে শুভ লক্ষণ নহয়।
কংগ্ৰেছৰ ভিতৰচ’ৰাত পূৰ্বৰে পৰাই ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নেতৃত্বৰ বিৰোধ কৰি আহিছে। এক অৰ্থত ইয়াক বিৰোধ বুলি নকৈ ক’ব পাৰি দলৰ শীৰ্ষ নেতৃত্বক আইনা দেখুওৱা বুলি। কিন্তু তাৰ পাছতো দলৰ হাইকমাণ্ড যেন নাৰাজ নিজৰ দলৰ বাস্তৱৰ সৈতে মুখামুখি হ’বলৈ। ইটোৰ পাছত সিটো নিৰ্বাচনত পৰাজয়, পিছটো দলটোক শক্তিশালী কৰিবলৈ বিকল্প গুৰুত্বপূৰ্ণ বৈঠক দেখা পোৱা যায়। ভাৰতৰ পুৰণি দল হিছাপে বিবেচিত কংগ্ৰেছ দল বৰ্তমান ভাৰতৰত পৰা নাইকীয়া হৈ গৈ থকাৰ পিছতো কিছুমান অহংকাৰী নিজৰ গাদী খন ৰক্ষা কৰিবলৈ আৰু পৰিয়ালৰ সদস্যক নেতা বনাবলৈ গৈ ভাৰতীয় পুৰণি দল কংগ্ৰেছক ধ্বংসৰ ফালে গতি কৰিলে।
English translation :-
 
The Congress party has not won the 2024 elections! This time, the Congress party made an explosive remark in the face of a senior leader.

The Congress party is constantly on the rise in the country’s politics. The oldest party in Indian politics is now a major faction within the party. Some senior leaders are worried about the future of the party. In the meantime, Mamata Banerjee is scrambling to form a new opposition by splitting the Congress. Meanwhile, a senior Congress leader has expressed doubts about the future of the party. Ghulam Nabi Azad, a veteran Congress leader and former Chief Minister of Jammu and Kashmir, has hinted that the Congress is now on the verge of becoming the Nike of a kind of Indian politics.

 As Golam Nabi addresses a public meeting in Jammu and Kashmir’s Punch district, it is clear that the Congress is unlikely to win any of the 300 (300) seats in the 2024 Lok Sabha elections. Discussing Article 370 of the Jammu and Kashmir Act, he said that only the Supreme Court can overturn the decision of the Center to withdraw Article 370 from Jammu and Kashmir. Otherwise, if the Congress comes to power in 2024 with 300 seats, then that could be the case. But he said he did not see the possibility of that happening. Azad also said that he would pray for the Congress to win 300 seats. This comment by Azad is considered to be particularly warm. It is not a good omen for a senior Congress leader to be so skeptical of the party’s future.
Many senior Congress leaders have been protesting against the leadership since the night before. In a sense, it is not a protest but a show of strength by the party’s top leadership. But after that, the high command of the party seems to be reluctant to face the reality of his party. After Eto’s defeat in the by-elections, there are alternative important meetings to strengthen the latter. The Congress party, which is considered to be the oldest party in India, has lost some of its arrogance after defeating Nike from India.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article