আনক সহায় কৰিবলৈ গগৈ মৃত্যু হ’ল অনিমেশ।
যোৰহাট নগৰত দিন দুপৰীয়া যুৱক এজনক নিৰ্মল ভাবে মাৰি মাৰি মৃত্যু কৰি পেলালে এনেকুৱা নিষ্ঠুৰ মানসিকতাৰ মানুহ ও এইখন অসমত আছে। আজি মাজুলিৰ কেইজনমান নিষ্ঠুৰ ল’ৰা কেইজনৰ কাৰণে। আজি সমগ্ৰ ভাৰততে অসমক হাহি-পাত্ৰ কৰিছে মাজুলীৰ কেইজনমান গুণ্দাবাহিণী। বৰ্তমান সময়ত চাৰিআলিৰ সমীপত এ টি ৰোডত যোৱা সোমবাৰে বিয়লি একাংশ উন্মাত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে। কিন্তু আচৰিত কথা এই যে কাজিয়া হোৱাৰ সময়ত উপস্থিত থকা ভদ্ৰ লোক বিলাকে দৃষ্ট বিলাক চাই আছিল। কাজিয়া খন ভাঙি দিলে হয়টো আজি ল’ৰা জন মৃত্যু নহ’ল হেতেন। এজন অমায়িক আছুৰ গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দায়িত্বত থকা যুৱনেতা অনিমেশ ভূঞাক। উল্লেখ্য যে , উক্ত ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ৩৫-৪০ মিটাৰ নিলগতে আছিল দুটা পুলিচ। সেই সময়ত আৰক্ষী দুজনয়ো কৰ্তব্যৰত অৱস্থাতে আছিল। আনহাতে এই ঘটনা সংঘটিত কৰা যুৱকৰ দলটোত বিখ্যাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ কথাও জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাটোৰ বিৰুদ্ধে তদন্ত কৰিছে সময়ত গম পোৱা যাব। দূষিক উচিত শাস্তি প্ৰদান কৰে নে নাই।