14.3 C
Munich
Wednesday, August 10, 2022

আজৱ ঘটনা ছাগলীয়ে জন্ম দিলে মানুহৰ আকৃতি পোৱা

Must read

           এইখন অসমতে অদ্ভূত ঘটনা
ছাগলীয়ে জন্ম দিলে মানুহৰ আকৃতি পোৱালী
এখন গাঁৱত ছাগলীয়ে জন্ম দিলছ পোৱালী কিন্তু আচৰিত হ’ব লগা কথা এই যে ছাগলীজনী জন্ম দিলে মানুহৰ দৰে আকৃতিৰ পোৱালী। সময়ে সময়ে এই পৃথিৱীত বহুত নোহোৱা নোপোজা কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত দেখা যায়। কিন্তু এইবাৰ আমাৰ অসমতে আজৱ ঘটনা সংঘটিত হ’ল। অসমৰ এখন কাছাৰ নামৰ গাৱত এই ঘটনাটো হৈছে। কাছাৰ গাৱৰ এটা পৰিয়ালৰ এজনী পোহনীয়া ক’লা ৰঙৰ ছাগলীয়ে জন্ম দিলে এটা মানৱ আকৃতিৰ পোৱালি। পোৱালিটোৰ মুখখন মানুহৰ দৰে আছিল আৰু ভৰি দুখন আছিল। উক্ত ঘটনাটো চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে লগে ছাগলী জনিৰ ঘৰত বিভিন্ন স্থানৰ মানুহে ভিৰ জমা হ’ল আৰু অদ্ভূত চেহেৰাৰ প্ৰাণীটোক চাবলৈ সকলো আগ্ৰ হৈ পৰিল।
ছাগলীজনীৰ পোহ পাল কৰি থকা গৰাকীয়ে ৰাইজৰ আগত মন্তব্য কৰা অনুসৰি সোমবাৰে ছাগলীজনীয়ে মানুহৰ শৰীৰসদৃশ পোৱালি এটা জন্ম দিয়া দেখি তেওঁ আচৰিত হৈ পৰে। ছাগলী জনিৰ পৰা পোৱালিটোৰ গোটেই মুখখন মানুহৰ দৰে আছিল আৰু নোম নাছিল, নেজো নাছিল। ঠেং চাৰিখনো নাছিল, ভৰিৰ দৰে দুটা আকৃতি আছিল। জন্মৰ আধা ঘণ্টাৰ পিছতেই অৱশ্যে ছাগলী পোৱালিটোৰ মৃত্যু হৈছিল। এই আজৱ আকৃতিৰ প্ৰাণীটোৰ মৃত্যুত গাঁওবাসীয়ে ইয়াক পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে পালন কৰে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article