24.4 C
Munich
Thursday, August 11, 2022

অসম সচিবালয়ত চাকৰি

Must read

            বি এ পাচৰ বাবে ভাল খবৰ

           চাকৰি ওলাইছে সচিবালয়ত 
 
 
Assam secretary office
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তৰফৰ অসম সচিবালয়ত চাকৰি মুকলি কৰি দিয়া হৈছে ৪৪ পদ। উক্ত পদটোৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। আবেদন কৰিব লগা ওৱেব চাইদটো https://slprbassam.in সকলো বি এ পাচ কৰি চৰকাৰী চাকৰি বিচাৰি থকা লোক সকলে উক্ত পদৰ বাবে অতি সোনকালে অনলাইন যোগে আবেদন কৰক চৰকাৰৰ তৰফৰ উক্ত পদ কেইটাৰ মাহিলী দৰমহা পৰিমাণো দিছে ৩০,০০০ হাজাৰ পৰা ১,১০,০০০ হাজাৰ পৰ্যান্ত মাহিলী দৰমহা হ’ব।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article