অসম আৰক্ষীৰ বাবে পদ মোকলাই দিয়া হৈছে অসম চৰকাৰৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা
অসম চৰকাৰৰ তৰফৰ পৰা আৰক্ষী বিভাগত ৩০৬ টা পদ মোকলাই কৰি দিছে। উক্ত পদত যদি কোনোবাই ইন্টাৰভিঅ দিব বিচাৰে। তলত দিয়া ওৱেচাইডত অনলাই কৰিব পাৰিব। উক্ত পদটোৰ বাবে সাধাৰণ পদৰ বাবে ১২৬ টা মোকলাই কৰি দিছে। ওৱেব চাইড হ’ল- https://slprbassam.in/ৰ জৰিয়তে আবেদন কৰিব পাৰে। মুঠ পদ ৩০৬ টা খালি হৈছে। সাধাৰণ শ্ৰেণীৰ বাবে ১২৬ টা পদ (EWS)ৰ বাবে ৩০ টা পদ ST(P) ৰ ৩১ টা পদ ST(H) 15 টা (SC) 21 টা (OBC/MOBC)ৰ ৮৩টা পদ
Besi selling amazon
https://amzn.to/3EIcDrz