14.3 C
Munich
Thursday, August 11, 2022

অসম আৰক্ষীৰ বাবে পদ মোকলাই দিয়া হৈছে অসম চৰকাৰৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা

Must read

অসম আৰক্ষীৰ বাবে পদ মোকলাই দিয়া হৈছে  অসম চৰকাৰৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা

 
অসম চৰকাৰৰ তৰফৰ পৰা আৰক্ষী বিভাগত ৩০৬ টা পদ মোকলাই কৰি দিছে। উক্ত পদত যদি কোনোবাই ইন্টাৰভিঅ দিব বিচাৰে। তলত দিয়া ওৱেচাইডত অনলাই কৰিব পাৰিব। উক্ত পদটোৰ বাবে সাধাৰণ পদৰ বাবে ১২৬ টা মোকলাই কৰি দিছে। ওৱেব চাইড হ’ল- https://slprbassam.in/ৰ জৰিয়তে আবেদন কৰিব পাৰে। মুঠ পদ ৩০৬ টা খালি হৈছে। সাধাৰণ শ্ৰেণীৰ বাবে ১২৬ টা পদ (EWS)ৰ বাবে ৩০ টা পদ ST(P) ৰ ৩১ টা পদ ST(H) 15 টা (SC) 21 টা (OBC/MOBC)ৰ ৮৩টা পদ
Besi selling amazon
https://amzn.to/3EIcDrz
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article