26.6 C
Munich
Thursday, August 11, 2022

অসমৰ শিক্ষিত যুৱকক কি দৰে নিয়োগ মেলা পাতি প্ৰত্যাৰণা কৰিব পাৰে।

Must read

অসমত নিবনুৱাৰ বাবে নিয়োগ মেলা পাতিছে 

   নে নিবনুৱা যুৱকক লৈ হেতালি খেলিছে।


অসম ৰাজ্যৰ শিক্ষিত যুৱক সকলক লৈ নিয়ােগ মেলা পাতিছে নে শিক্ষিত যুৱকক লৈ হিতালি খেলিছে যেন লাগিছে। অসম নিয়োগ মেলাত হিতালে খেলা পৰিস্থিতি সমূহ সংবাদ মাধ্যম তথা বাতৰি কাকতত প্ৰচাৰৰ হোৱা আৰু চচিয়েল মিডিয়াত ব্যাপকভাৱে চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হোৱাত চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিক ভাবে নিলম্বিত কৰে যুটীয়া-সহকাৰী সঞ্চালকদ্বয়ক। বেচৰকাৰী চাকৰিৰ নামৰ চৰকাৰ তৰফৰ কৰা উদ্যােগত অনুষ্ঠিত নিয়ােগ মেলাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন জিলাত সৃষ্টি হ’ল অতিকৈ লজ্জিত বিশৃংখলতা। ইয়াকে কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল সংবাদ মাধ্যম সামাজিক মাধ্যম তথা চচিয়েল মিডিয়াকে ধৰি। নিয়োগ মেলাৰ নামত সৃষ্টি হােৱা এনে বিশৃংখলতাৰ বিৰুদ্ধে ক্ষােভ ভাগি পৰিল একাংশ শিক্ষিত যুৱক সকল। নিলম্বিত বিষয়া দুজন হৈছে দক্ষতা, নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক টি দোংগলক আৰু সহকাৰী সঞ্চালক লিপিকা দত্ত। চৰকাৰে যি ধৰণে নিয়োগ মেলাক ব্যাপকভাৱে প্ৰচাৰ কৰা দেখা গৈছিল শিক্ষিত যুৱক সকলে ভাবিছিল কৰ্ম সংস্থাপন পাম বুলি। কিন্তু যুৱকক লৈ এনেকুৱা হিতালি কৰিব নালাগিছিল।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article