14.3 C
Munich
Wednesday, August 10, 2022

অসমত লক ডাউন হ’ব নে নহয় সবিশেষ চাই লক

Must read

অসমত লক ডাউন নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 

                            ইংগিত
ৰাজ্য চৰকাৰে আজি ৩ বজাত প্ৰকাশ পাব নতুন SOP জাৰি কৰা হব। যোৱা কালি সন্ধিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা। যিসকলে নাগৰিকে বৰ্তমান ও কোভিড ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক ভেকচিন লবলৈ আহ্বান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কয় অসমত লকডাউন নহয় অসমত কিছুমান নিয়ম পালন কৰিবলৈ আহ্বান কৰিছে। নতুন SOPত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক সংবাদ মাধ্যমৰ আগত অৱগত কৰাই। অসমত কাৰ্ফিউৰ সময়সীমাও সাল সলনি হোৱাৰ সম্ভাৱনা আছে। ৰাতি ৯ বজাৰ লগে-লগে দোকান-পোহাৰ বন্ধ কৰা আৰু ১০ ৰ পৰা নৈশ কাৰ্ফিউ কথা SOPত প্ৰকাশ পোৱা সম্ভাৱনা আছে। লগতে শিক্ষাৰ নীতি নিয়মৰ প্ৰাক-প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে অনলাইন ক্লাছ হোৱাৰো সম্ভাৱনা আছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article